ਮੇਖ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Megh Rashi Prediction in Punjabi
ਮੇਖ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Megh Rashi Prediction in Punjabi (Monday, November 9, 2026)
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। এই ৰাশিৰ শিশুবোৰ খেলা-ধুলাত দিন অতিবাহিত কৰিব পাৰে ,এনেতে মা দেউতা বোৰ বেছি ধ্যান দিব লাগে নহলে দুখ পোৱাৰ সম্ভাৱনা আছে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিয়ন্ত্ৰিত ভাৱে চলাই তেন্তে আপুনি আপোনাৰ সময়ৰ অধিক ভালকৈ আমেজ লব পাৰিব আৰু সময়ৰ সদ্ব্যৱহাৰো কৰিব পাৰিব।
ਉਪਚਾਰ :- চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক আৰু যথোপযুক্ত সেৱা কৰক, এনে কৰিলে আপোনাৰ আৰ্থিক জীৱন সবল থাকিব।
ਕੱਲ੍ਹ ਦੀ ਦਰ
ਸਿਹਤ: 









ਧੰਨ: 









ਪਰਿਵਾਰ: 









ਪਿਆਰ ਮਾਮਲਾ: 









ਕਿੱਤਾ: 









ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ: 









Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems

