ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi
ਕੁੰਭ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Kumbh Rashi Prediction in Punjabi (Monday, November 9, 2026)
অধিক আৰু বেছি কেলৰীৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। ঘৰখনক সজোৱাৰ লগতে ,লৰা-ছোৱালীৰো যতন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে , সেই শৰীৰ কিমানেই ধুনীয়া নহওক কিয়! সন্তান ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।
ਉਪਚਾਰ :- গৰু দান কৰক ,যদি সম্ভৱ নহয় তেন্তে গৰু কিনিবলৈ হোৱা আৱশ্যক মূল্য আশ্ৰমত দান কৰক স্বাস্থ্য ভালে থকিব।
ਕੱਲ੍ਹ ਦੀ ਦਰ
ਸਿਹਤ: 









ਧੰਨ: 









ਪਰਿਵਾਰ: 









ਪਿਆਰ ਮਾਮਲਾ: 









ਕਿੱਤਾ: 









ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ: 









Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems

