ਤੁਲਾ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Tula Rashi Prediction in Punjabi
ਤੁਲਾ ਦੈਨਿਕ ਰਾਸ਼ੀਫਲ - Tula Rashi Prediction in Punjabi (Sunday, November 8, 2026)
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। আজিৰ দিন যিকোনো ধাৰ্মিক স্থলত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব।
ਆਪਣੇ ਸਮਾਰਟ ਫੋਨ ਤੇ ਰੋਜ਼ਾਨਾ ਆਪਣੀ ਸਹੀ ਕੁੰਡਲੀ ਦੀ ਪਛਾਣ ਕਰਨ ਲਈ ਹੁਣੇ ਡਾਉਨਲੋਡ ਕਰੋ ਐਸਟ੍ਰੋਸੇਜ ਕੁੰਡਲੀ ਐਪ। - AstroSage Kundli app
ਭਾਗਸ਼ਾਲੀ ਨੰਬਰ :- 5
ਭਾਗਸ਼ਾਲੀ ਰੰਗ :- ਹਰਾ ਅਤੇ ਫਿਰੋਜ਼ੀ
ਉਪਚਾਰ :- পৰিয়ালত ভাল অৱস্থা বজাই ৰাখিবৰ বাবে বগা পাথৰ এটাত অভিষেক কৰক কিন্তু অভিষেক কৰাৰ আগতে পাথৰটোত বগা চন্দন লগাই লব।
ਅੱਜ ਦੀ ਦਰ
ਸਿਹਤ: 









ਧੰਨ: 









ਪਰਿਵਾਰ: 









ਪਿਆਰ ਮਾਮਲਾ: 









ਕਿੱਤਾ: 









ਵਿਆਹੀ ਜ਼ਿੰਦਗੀ: 









Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems

