Personalized
Horoscope
  • Talk To Astrologers
  • Talk To Astrologers

Assamese Astrology: দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

Get Assamese Daily Horoscope

আজিৰ ৰাশিফল

আপোনাৰ আজিৰ ৰাশিফল জানি লৈ নিজৰ বাবে প্ৰতিটো দিন অধিক উন্নত কৰি তোলক। লগতে জানক উপায়সমূহো। এই ৰাশিফলে আপোনাক দিনটোৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিব।

আজিৰ ৰাশিফল

Get Assamese Daily Horoscope

অহাকালিৰ ৰাশিফল

আপোনাৰ কাইলৈৰ দিনটোৰ বাবে পৰিকল্পনা কৰক কেৱল এষ্ট্ৰোচেজৰ কাইলৈৰ ৰাশিফলৰ জৰিয়তে। তলত দিয়া তালিকাৰপৰা ৰাশিফল বাছনি কৰক:

অহাকালিৰ ৰাশিফল

Get Assamese horoscope 2025

ৰাশিফল 2024

বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত নিজৰ ৰাশিফল 2024 জানক। লগতে জানক উপায়সমূহ।

ৰাশিফল 2024

Get Assamese Weekly Horoscope

সাপ্তাহিক ৰাশিফল

জানিব বিচাৰে নেকি এই সপ্তাহটো কেনেদৰে যাব? পঢ়ক সাপ্তাহিক ৰাশিফল আৰু লাভ কৰক ৰাশি অনুযায়ী প্ৰতিকাৰসমূহ।

সাপ্তাহিক ৰাশিফল

Get Assamese Next Weekly Horoscope

পৰৱৰ্তী সপ্তাহৰ ৰাশিফল

এষ্ট্ৰোচেজৰদ্বাৰা প্ৰস্তুত কৰা পৰৱৰ্তী সপ্তাহৰ ৰাশিফলৰদ্বাৰা আপুনি পৰৱৰ্তী সপ্তাহৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব। পঢ়ক বিদ্বান জ্যোতিষীসকলৰদ্বাৰা প্ৰস্তুত কৰি তোলা এই ৰাশিফল।

পৰৱৰ্তী সপ্তাহৰ ৰাশিফল

Get Assamese Weekly Love Horoscope

সাপ্তাহিক প্ৰেম ৰাশিফল

সাপ্তাহিক প্ৰেম ৰাশিফলৰদ্বাৰা আপুনি এই সপ্তাহৰ প্ৰেম জীৱনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰক আৰু ভৱিষ্যতবাণীৰ সহায়ত আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰক। নিজৰ প্ৰেম ৰাশিফল জানিবৰ বাবে ইয়াত ক্লিক্ কৰক: সাপ্তাহিক প্ৰেম ৰাশিফল

সাপ্তাহিক প্ৰেম ৰাশিফল

Get Assamese Month Horoscope

মাহেকীয়া ৰাশিফল

মাহেকীয়া ৰাশিফলৰ ওপৰত ভিত্তি কৰি এগৰাকী ব্যক্তিৰ ভাগ্য গণনা কৰা হয়। নিজৰ ৰাশিফল জানিবৰ বাবে ইয়াত ক্লিক্ কৰক

মাহেকীয়া ৰাশিফল

Get Assamese Next Month Horoscope

পৰৱৰ্তী মাহৰ ৰাশিফল

আপোনাৰ পৰৱৰ্তী মাহৰ পৰিকল্পনা প্ৰস্তুত কৰক কেৱল আমাৰ পৰৱৰ্তী মাহৰ ৰাশিফলৰ জৰিয়তে।

পৰৱৰ্তী মাহৰ ৰাশিফল

Naamor dwara rahi-jura milan

নামৰদ্বাৰা ৰাহি-যোৰা মিলন

কেনেদৰে জানিব পাৰিব হ’বলগীয়া দৰা-কইনাৰ বৈবাহিক জীৱনৰ বিষয়ে? পঢ়ক আমাৰ বিশেষ ব্লগ্ নামৰদ্বাৰা ৰাহি-যোৰা মিলন আৰু লাভ কৰক সঠিক সমাধান।

নামৰদ্বাৰা ৰাহি-যোৰা মিলন

বিনামূল্য কুণ্ডলী ছফটৱেৰ অনলাইন/ জন্ম কুণ্ডলী/ বৈদিক ৰাশিফল/ জন্ম সূচী

জন্ম কূণ্ডলী ( যাক আমি কূণ্ডলী ,জন্ম কূণ্ডলী ,জন্ম পত্ৰিকা, বৈদিক ৰাশিফল , বৈদিক সূচী ,হিন্দু সূচী আদি নামেৰেও জানোঁ) ব্যক্তি এগৰাকীৰ জন্মৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ চক্ৰ স্থিতিৰ এক সূচী হয়।গ্ৰহ আৰু নক্ষত্ৰৰ এই স্থিতিক আধাৰ হিচাপে লৈ জ্যোতিষী এগৰাকীয়ে যিকোনো জাতকৰ জীৱনত হ’ব লগীয়া ঘটনা আৰু জীৱনত প্ৰাপ্ত হব লগীয়া শুভ লক্ষণ সমূহৰ ভৱিষ্যত বাণী কৰিব পাৰে। ভাৰতবৰ্ষত চলি থকা পৰম্পৰা অনুযায়ী যেতিয়া কোনোবা শিশুৰ জন্ম হয় তেতিয়া সেই শিশুৰ জন্ম কূণ্ডলী জ্যোতিষী দ্বাৰা বনোৱা হয়।যি শিশু জন/জনীৰ সম্পূৰ্ণ জীৱন বৃত্তান্ত কোৱাৰ কাম কৰিব। আমাৰ জ্যোতিষীৰ ছফটৱেৰ যি অনলাইন আৰু নিঃশুল্ক ,এই বৈদিক বিধিৰ দ্বাৰা হব লগা জন্ম কূণ্ডলী গণনা কৰাৰ আন এক বিকল্প। আধুনিক সময়তো আপুনি ছফটৱেৰৰ জৰিয়তে কূণ্ডলী বনাব গ’লে এক মূল্যৱান ছফটৱেৰ, প্ৰিণ্টাৰৰ দৰে আধুনিক বস্তু কিনিব লগাত পৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কৰিব লগা হব পাৰে কিন্তু আমাৰ অনলাইন ছফটৱেৰত আপুনি এই সকলো অসুবিধাৰ পৰা মুক্ত পাব।ইয়াৰ বাবে আপুনি কি কৰা উচিত? আমাৰ ৱেবচাইটত আপুনি এক ব্যৱহৃত আই ডী বনাওক, এক সূচী বনাওক আৰু ইয়াক সুৰক্ষিত কৰি লওক আৰু যেতিয়াই ইচ্ছা তেতিয়াই সুৰক্ষিত কৰি থোৱা কূণ্ডলী চাওক।এটা কথা মনত ৰাখিব যে আপুনি সুৰক্ষিত কৰি থোৱা কূণ্ডলী অকল আপোনাৰ ব্যৱহৃত আই ডি আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰিহে এই কূণ্ডলী দেখিব পাৰিব আন কোনোৱে নোৱাৰিব। এনেকুৱা কৰিলে আপুনি ছফটৱেৰ কিনাৰ পৰা বাচিব পাৰিব।এইটো কেৱল এটা ৱেবচাইট নহয় ই এক সম্পূৰ্ণ বৈদিক জ্যোতিষ ছফটৱেৰ।ইয়াত আপুনি জন্ম কূণ্ডলী লগতে ফলাদেশ আৰু অন্য ভৱিষ্য বাণীও লাভ কৰিব।

ইয়াত আপুনি বাৰ্ষিক ফলো লাভ কৰিব আৰু এই বৈদিক ফলাদেশ প্ৰাচীন তাজিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হয়।এই ছফটৱেৰ আপোনাক সাধাৰণ ফলাদেশো দিব যি বৈদিক জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত আধাৰিত হব।সেইবাবে অপেক্ষা কৰা বাদ দিয়ক আৰু ইয়াত ক্লিক কৰি নিজৰ জন্ম কূণ্ডলী লাভ কৰক।

২০২০ বৰ্ষৰ বাবে বিনামূল্য জ্যোতিষ আৰু ফলাদেশ

এষ্ট্ৰোসেজ আপোনাক সঠিক বাৰ্ষিক ফলাদেশ প্ৰদান কৰে। আপুনি এই ৱেবচাইটত ২০২০ চনৰ বিনামূল্য জ্যোতিষ আৰু ফলাদেশ প্ৰাপ্ত কৰিব পাৰে।আমাৰ ফলাদেশৰ কাৰ্য প্ৰণালী চন্দ্ৰ ৰাশি আৰু আপোনাৰ জন্মৰ ব্যক্তিগত নিৰ্দেশনাৰ ওপৰত আধাৰ কৰি তৈয়াৰ কৰা হয়।

চন্দ্ৰ কুণ্ডলী ওপৰত আধাৰিত ৰাশিফল/ নিঃশুল্ক ৰাশিফল

দৈনিক ৰাশিফলৰ অনেক বিধি আছে ,যেনে চন্দ্ৰৰ ওপৰত আধাৰিত ৰাশিফল ,সূৰ্যৰ ওপৰত আধাৰিত ৰাশিফল আৰু লগ্নৰ ওপৰত আধাৰিত ৰাশিফল ইত্যাদি।এই সকলোবোৰৰ ভিতৰত চন্দ্ৰৰ ওপৰত আধাৰিত ৰাশিফল যাক আমি চন্দ্ৰ ৰাশিফল হিচাপে পৰিগণিত কৰোঁ ,তাকে অধিক সঠিক তথা শুদ্ধ ৰূপত পোৱা যায়। এইটোয়ে কাৰণ জ্যোতিষী বিদ্যাত চন্দ্ৰ ৰাশিফলক অধিক গুৰুত্ব দিয়াৰ। জানক আপোনাৰ চন্দ্ৰ ৰাশি আৰু লাভ কৰক তাৰ ওপৰত আধাৰিত আপোনাৰ ৰাশিফল, যাৰ ফলত আপুনি আজিৰ দিনত আপোনাৰ ভাগ্যত কি লিখা আছে জানিব পাৰে। আমি বিশ্বাস কৰোঁ যে আপুনি আমাৰ ৰাশিফল প্ৰণালীক ইণ্টাৰনেটত আটাইতকৈ অধিক সঠিক পাব।

দৈনিক ব্যক্তিগত ৰাশিফল

দৈনিক ৰাশিফলঃ আমাৰ নিঃশুল্ক ,ব্যক্তিগত ৰাশিফল প্ৰদান কৰাৰ পদ্ধতি, বিশিষ্ট বৈদিক জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত আধাৰিত এই পদ্ধতি আপোনাক সঠিক দৈনিক ৰাশিফল আগ বঢ়ায় এনেকুৱা বহুত ৱেবচাইট আছে যি আপোনাক দৈনিক ৰাশিফল আগ বঢ়ায় কিন্তু এষ্ট্ৰোসেজৰ দৈনিক ৰাশিফল অন্যৰ পৰা কি ক্ষেত্ৰত ভিন্ন ? দৈনিক ৰাশিফলত দুই ধৰণৰ পদ্ধতিৰ প্ৰয়োগ কৰা হৈছে ,প্ৰথম আপোনাৰ জন্ম কূণ্ডলীৰ বিশ্লেষণ আৰু দ্বিতীয় গোচৰ ফল যাৰ দ্বাৰা ফলাদেশ অধিক সঠিক হয়। 'দৈনিক ৰাশিফলত’ সেই ছফটৱেৰৰ ব্যৱহাৰ কৰা হয় যি astrosage.com , বৰাহমিহিৰ আৰু মোবাইল কূণ্ডলী যেনে অন্য ছফটৱেৰৰ প্ৰয়োগ কৰা হয়। তেন্তে আপুনি সঠিক ফলাদেশৰ বাবে দৈনিক ফলাদেশ কিয় ব্যৱহাৰ নকৰে।

প্ৰেম আৰু বিবাহৰ সামঞ্জস্যৰ বাবে বিনামূল্য ভাৱে কূণ্ডলী মিলন কৰাওক(গুণ মিলন)

বৈদিক জ্যোতিষীত গুণ মিলন দেখিবৰ বাবে উৎকৃষ্ট আৰু সাৰ্থক পদ্ধতি আছে যি নক্ষত্ৰৰ ওপৰত আধাৰিত তাক অষ্টকূট মিলন নামেদি জনা যায়। ইয়াত বৈবাহিক বিন্দু সমূহক গুৰুত্ব প্ৰদানকৰি অংক প্ৰদান কৰা হয়।মিলনত যিমান অধিক অংক মিলিব বিবাহত সফলতা লাভৰ সম্ভাৱনা সিমান অধিক হৈ যায়। অৱশ্যে এই পদ্ধতি কেৱল বিবাহলৈকে সীমিত নহয়। অলপ সংশোধনৰ পিছত যিকোনো ল’ৰা অথবা ছোৱালীৰ মাজত সামঞ্জস্য বিশ্লেষণৰ বাবে ইয়াক প্ৰয়োগ কৰা হয়।

২০২০ চনৰ কেলেণ্ডাৰ, ৰাশিচক্ৰ আৰু জ্যোতিষ

আমি আপোনাৰ বাবে ২০২০ চনৰ সকলোতকৈ ব্যাপক কভাৰেজ লৈ আহি আছোঁ,যত ২০২০ চনৰ কেলেণ্ডাৰ,ৰাশিফল,জ্যোতিষ আৰু ৱাল পেপাৰ ইত্যাদি আছে। আপুনি আপোনাৰ এই বৰ্ষৰ পৰিকল্পনাৰ মহোৎসৱ কেলেণ্ডাৰ , ছুটীৰ কেলেণ্ডাৰ, ধাৰ্মিক কেলেণ্ডাৰ আৰু পঞ্চাংগ আদিৰ সহায়তাত আৰু অধিক ভাল বনাব পাৰে। আপোনাৰ ২০২০ চনৰ ৰাশিফল জানক। ইয়াত বাৰ বিধ ৰাশিৰে ৰাশিফল আছে যি আপোনাৰ বাৰ্ষিক যোজনা সমূহক সুদৃঢ় কৰাৰ বাবে সহায়ক হ’ব। আপোনাৰ ২০২০ চনৰ জ্যোতিষ সম্পূৰ্ণ ৰূপে বিনামুল্য়ে লাভ কৰক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 399/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

AstroSage TVSubscribe

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com

Reports

Live Astrologers