Personalized
Horoscope
  • Varta Astrologers

অহাকালিৰ ৰাশিফল - Tomorrow’s Horoscope in Assamese

Thursday, July 7, 2022

Plan your day with AstroSage free rashi bhavishya. Select a sign below to display rashiphal:

Read in English - Tomorrow Horoscope

Todays's Horoscope For Aries কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক,নহলে সম্বন্ধত কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ ... More...
Todays's Horoscope For Taurus অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যায় নকৰিব। মনত ৰাখিব যে বাদ-বিবা ... More...
Todays's Horoscope For Gemini আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। ব্যৱসায় ... More...
Todays's Horoscope For Cancer আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হত ... More...
Todays's Horoscope For Leo সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। যদি আপুনি নিজৰ আয়ত ... More...
Todays's Horoscope For Virgo আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয় ... More...
Todays's Horoscope For Libra শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশু ... More...
Todays's Horoscope For Scorpio নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক । এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি ব ... More...
Todays's Horoscope For Sagittarius নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক । এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি ব ... More...
Todays's Horoscope For Capricorn আপুনি কামত বহুত বেছি পিছুৱাই যাব ,কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব আৰু আপ ... More...
Todays's Horoscope For Aquarius আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থ ... More...
Todays's Horoscope For Pisces আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংস ... More...

অহাকালিৰ ৰাশিফলৰ দ্বাৰা আপুনি কাইলৈ হব লগা ঘটনাৰ ধাৰণা আজিয়ে কৰি ল’ব পাৰে। ইয়াৰ লাভ এইটোয়ে যে গ্ৰহ আৰু নক্ষত্ৰৰ চলন অনুযায়ী আপোনাৰ কাইলৈ হ’ব লগীয়া অথবা পাব লগীয়া সকলোধৰণৰ ভাল -বেয়া পৰিণাম ইত্যাদিৰ বিষয়ে আপুনি আগতেই সচেতন হৈ থাকিব। ইয়াৰ উপৰিও অহাকালিৰ ৰাশিফলৰ সহায়ত আপুনি গম পাব যে কাইলৈ আপুনি কি কি বিষয়ত বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কাৰ পৰা আপুনি আতৰিঁ থাকিব লাগিব আৰু কি পথে আপোনাক উন্নতিৰ পথত লৈ যাব আৰু লগতে আপোনাৰ সন্মুখত কি কি বাধা সমস্যা হৈ থিয় দিব? অহাকালিৰ ৰাশিফল আপোনাক এই বোৰ কথা আপোনাক আগতে অৱগত কৰায়।

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়,ঠিক তেনেকৈ অহাকালিৰ ৰাশিফলৰ জৰিয়তে আমি আজিৰ দিনটোতে কাইলৈ হব লগা ঘটনাৰ বিষয়ে জানিব পাৰো। ইয়াৰ উপৰিও সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধৰাশি-মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। কাল পুৰুষ কুণ্ডলীত থকা প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। astrosage.com ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই পদ্ধতি ইয়াৰ ওপৰতো ব্যৱহাৰ হয়। বাৰ্ষিক ৰাশিফলত আমাৰ বিদ্বান তথা অভিজ্ঞতাসম্পন্ন জ্যোতিষী গোটেই বছৰধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰে আৰু সেই হিচাপে ফলাদেশ প্ৰকাশ কৰা হয়।

এই ৰাশিফল নাম ৰাশি অনুযায়ী নে জন্ম ৰাশি অনুযায়ী ?

এষ্ট্ৰোসেজ ৰ বিশেষজ্ঞ জ্যোতিষিৰ মতে অহাকালিৰ বাবে দিয়া ৰাশিফল জন্ম ৰাশি অনুসৰি চোৱা বেছি ভাল। যদি আপুনি নিজৰ জন্ম ৰাশিৰ বিষয়ে অজ্ঞাত তেন্তে নাম ৰাশিৰ দ্বাৰাও নিজৰ ভৱিষ্যত বিষয়ে জানিব পাৰে। পূৰণি সময়ত এনেও নাম ৰাশি অনুযায়ী হে ৰখা হৈছিল, বহুত পণ্ডিতে ভাৱে যে নাম ৰাশি আৰু জন্ম ৰাশি সমানেই গুৰুত্বপূৰ্ণ হয়।

এই ৰাশিফল সূৰ্য ৰাশি আধাৰিত নে চন্দ্ৰ ৰাশি আধাৰিত ?

এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে আৰু এই অনুযায়ী ভৱিষ্য তথা অতীতৰ বিষয়ে আপুনি ভালকৈ গম পাব।

মোৰ ৰাশি কি হয় -এইবিষয়ে কেনেকৈ জানিব?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।

এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত । এতিয়া জানক আপোনাৰ চন্দ্ৰ ৰাশি : চন্দ্ৰ ৰাশি কেলকুলেটৰ

কাইলৈৰ ৰাশিফল কেনেকৈ গণনা কৰা হৈছে?

অহাকাইলৈৰ ৰাশিফল গোচৰ আধাৰিত হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।

এই ৰাশিফল সঠিক নে?

যত নেকি নামৰ পৰাই গম পোৱা যায় এই ফলাদেশ ৰাশিৰ আধাৰত নিৰ্ভৰ কৰিয়ে লিখা হয় আৰু এইবাবে ইয়াক ৰাশিফল বুলি কোৱা হয়। গোটেই পৃথিৱীৰ কোটি কোটি মানুহৰ অকল এই বাৰটা ৰাশিৰ সহায়তে ভৱিষবাণী কৰা হয় এইবাবে ইয়াক সামান্য অথবা সাধাৰণ ফলক নামা হিচাপেই মানা উচিত। সঠিক ভৱিষ্যফলৰ বাবে কোনোবা জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলী অধ্যয়ণ কৰোৱা অধিক সুফলদায়ক হব। আপোনাৰ কুণ্ডলী অনুসৰি সঠিক জাননী প্ৰাপ্ত কৰিবলৈ আপুনি আমাৰ জ্যোতিষ বিশেষজ্ঞ ৰ লগত কথা পাতিব পাৰে।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

AstroSage TVSubscribe

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com

Reports