কন্যা ৰাশিৰ সাপ্তাহিক ৰাশিফল - Virgo Weekly Horoscope in Assamese

16 Dec 2024 - 22 Dec 2024

এই সপ্তাহত পথৰ কাষৰ দোকানৰ খাদ্য পৰিহাৰ কৰি চলিব। অন্যথা আপোনাৰ স্বাস্থ্য হঠাতে বেয়া হৈ পৰিব পাৰে। এনে পৰিস্থিতিত, কেৱল পৰিস্খাৰ আৰু ঘৰুৱা ভাল খাদ্যহে খাব, দৈনিক প্ৰায় আধা ঘণ্টা যোগাভ্যাস কৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি আপোনাৰ নৱম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আৰ্থিক দিশৰপৰা এই সপ্তাহত ধনৰ লগত জড়িত বিষয়ত ভাল ফল প্ৰাপ্ত কৰিব। কাৰণ এই ৰাশিৰ চাকৰিয়াল জাতকসকলে এইখিনি সময়ত নিজৰ কাম অনুসৰি উন্নতি লাভ কৰিব, লগতে বহুতো জাতকৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত উত্তম সময়ৰ সঠিক লাভ গ্ৰহণ কৰি প্ৰতিটো সুযোগৰপৰা ধন উপাৰ্জন কৰাৰ বাবে নিজৰ প্ৰয়াস কৰক। "এই সপ্তাহত আপোনাৰ জীৱনত চলি থকা আৰ্থিক সংকটৰ বাবে আপুনি পৰিয়ালৰ সম্মুখত অপমানিত হ"ব পাৰে। কাৰণ ঘৰৰ কোনো সদস্যই আপোনাৰ পৰা কোনো সামগ্ৰী অথবা অৰ্থ দাবী কৰিব পাৰে, যিটো আপুনি পূৰণ কৰিবলৈ অসমৰ্থ হ"ব। প্ৰেমৰ ৰাশিফল অনুসৰি, এই সপ্তাহটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ"ব। এনে পৰিস্থিতিত, আপোনালোকে পৰস্পৰৰ সৈতে থকা সম্পৰ্কত সুখী অনুভৱ কৰিব আৰু দুয়ো দুয়োকে নিজৰ জীৱনসঙ্গী কৰাৰ বাবে মনস্থ কৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি আপোনাৰ ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলত এই সপ্তাহত, ব্যৱসায়ীসকলে নিজৰ লক্ষ্যত উপনীত হ"বৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। যি কি নহওক, এই সপ্তাহত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে, আপোনাৰ অহং ভাৱক তাৰ মাজলৈ আহিবলৈ নিদিব। তাৰোপৰি, যেতিয়া প্ৰয়োজন হয় আপোনাৰ কনিষ্ঠ সহকৰ্মীসকলৰপৰা সহায় বিচাৰক, আৰু তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শৰ ওপৰত গুৰুত্ব প্ৰদান কৰক" "আপোনাৰ সাপ্তাহিক ৰাশিফলে কয় যে এই সময়ছোৱা উচ্চশিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে ভাল হ"ব। কাৰণ এই সময়ছোৱাত আপুনি প্ৰতিটো বিষয় বুজি পাব পাৰিব, লগতে আপুনি নিজৰ ভৱিষ্যতৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। এই ৰাশিৰ বিবাহিত লোকসকলে এই সপ্তাহত ভাল ফলাফল প্ৰাপ্ত কৰিব। আপোনালোক দুয়ো পৰস্পৰৰ প্ৰতি সহায়ক হৈ থাকিব। যদিহে আপুনি জীৱনসঙ্গীৰ অযথা কথাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, তেনেহ"লে এই সময়খিনিত আপুনি বহুতো সমস্যাৰপা পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ লগতে, কোনো তৃতীয় ব্যক্তিৰ কথাত ভোল গৈ আপুনি জৱীনসঙ্গীক সন্দেহ কৰাটো উচিত নহ"ব।

উপায়: বুধবাৰে বুধ গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
Talk to Astrologer Chat with Astrologer