Talk To Astrologers

ধনু ৰাশিৰ সাপ্তাহিক ৰাশিফল - Sagittarius Weekly Horoscope in Assamese

17 Mar 2025 - 23 Mar 2025

"যদিহে আপুনি পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ্য সদস্য, তেনেহ"লে আপুনি নিজৰ স্বাস্থ্য ৰ উচিত সুবিধা গ্ৰহণ কৰিবৰ বাবে আপোনাৰ অতিৰিক্ত শক্তিৰ ইতিবাচক প্ৰয়োগ কৰা উচিত। কাৰণ, ইয়াৰদ্বাৰা আপুনি নিজৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ঘৰৰ সৰু বয়সৰ সদস্যসকলকো স্বাস্থ্যৱান হৈ থকাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব পাৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা ৰাহু চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে ক"ৰবাত আৱদ্ধ হৈ থকা কিছুমান আৰ্থিক বিষয় এই সপ্তাহত আৰু আগলৈ সম্প্ৰসাৰিত হ"ব পাৰে, তাৰ লগতে এই সপ্তাহত বহুতো প্ৰকাৰৰ ব্যয় আপোনাৰ মনলৈ আহিব পাৰে। ইয়াৰ ফলত আপুনি অশান্তি অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে, আপুনি কোনো ধৰণৰ সিদ্ধান্ত উপনীত হ"বলৈ অপাৰগ হ"ব। এনে এক পৰিস্থিতিত, প্ৰতিটো ক্ষেত্ৰতে নিজক শান্ত কৰি ৰাখক আৰু নিজৰ ব্যয়সমূহ সীমিত কৰিবলৈ চেষ্টা কৰক।" "জ্ঞানৰ প্ৰতি থকা আপোনাৰ ক্ষুধাৰ বাবে আপুনি এই সপ্তাহত নতুন বন্ধু-বৰ্গ গঢ়ি তুলিব পাৰিব। ইয়াৰ লগতে, ঘৰৰ কোনো সদস্য যদিহে বিবাহোপযুক্ত হৈছে, তেনেহ"লে এই সপ্তাহত তেওঁৰ বিবাহ ঠিক হোৱাৰ বাবে, ঘৰখনত এক অনুকূল পৰিৱেশে বিৰাজ কৰা দেখা যাব।" "এই সপ্তাহত, আপোনাৰ প্ৰেমাস্পদে যথেষ্ট অশান্তি অনুভৱ কৰিব, সেয়েহে আপুনি তেওঁৰ সৈতে কথা পাতোঁতে ভালদৰে আচৰণ কৰা উচিত। অন্যথা, আপুনি তেওঁক সহজেই বিৰক্ত কৰি তুলিব পাৰে, আনকি আপোনাৰ অনিচ্ছাকৃতভাৱেও। সেয়েহে, প্ৰথমৰপৰাই এই কথা মনত ৰাখি আপুনি নিজৰ সম্পৰ্কলৈ তিক্ততা অহাটো পৰিহাৰ কৰিব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা শনি তৃতীয় গৃহত স্থিত হোৱাৰ ফলস্বৰূপে কেৰিয়াৰৰ ৰাশিফল অনুসৰি, যদিহে আপুনি এগৰাকী বৃত্তিধাৰী ব্যক্তি, তেনেহ"লে এই সপ্তাহটো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ"ব। কাৰণ এই সময়ছোৱাত, আপুনি নিজৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বহুতো সুযোগ লাভ কৰিব।" এই সপ্তাহত অত্যাধিক অধ্যয়ন কৰাটো আপোনাৰ মানসিক চাপ আৰু অস্থিৰতাৰ মুখ্য কাৰণ হ"ব পাৰে। এনে পৰিস্থিতিত, সময়ে সময়ে আন খেল-ধেমালিৰ দৰে কাৰ্যকলাপত অংশগ্ৰহণ কৰি আপুনি নিজকে বহুতো মানসিক ৰোগৰপৰা ৰক্ষা কৰিব পাৰিব। "জীৱনৰ সমস্যাসমূহে এই সপ্তাহত আপোনাক আক্ৰমাণাত্মক কৰি তুলিব পাৰে, যাৰ বাবে আপুনি জীৱনসঙ্গীৰ সম্মুখতে ক্ৰোধ প্ৰকাশ কৰিব পাৰে যাৰ বাবে তৈওঁৰ সৈতে থকাটো অত্যন্ত জটিল হৈ পৰিব পাৰে। যি কি নহওক, আপুন এনে কোনো কাম কৰা উচিত নহয় যিহেতু এনে কাৰ্য্যই আপোনাৰ প্ৰিয়জনক আঘাত দিব পাৰে।"

উপায়: বৃহস্পতিবাৰে বৃদ্ধ ব্ৰাহ্মণক অন্ন দান কৰক।
Call NowTalk to Astrologer Chat NowChat with Astrologer